History came stealthily like a thief
Through the narrow jungle track
A thousand lamps flickered at a distance
The sound of crackling bamboo melted
In the chorus of the wild
Actually, the woods were as cold as the sunset …
লুঙলুঙীয়া বাটেৰে মুখত কাপোৰ মাৰি
চোৰৰ দৰে আহিছিল ইতিহাস
দূৰৈতএকেলগে জ্বলি উঠিছিল শ শ চাকি
বাঁহ ফুটাৰ শব্দবোৰ মিলি গৈছিল জিলিৰ মাতত
আচলতে সূৰ্যাস্তৰ দৰেই উদাসীন আছিল অৰন্যখন...
This poem has not been translated into any other language yet.
I would like to translate this poem